প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ অৰুলমিগু ৰামনাথাস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে
পোষ্ট কৰা হৈছে:
20 JAN 2024 7:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ অৰুলমিগু ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"১৪০ কোটি ভাৰতীয়ৰ সুস্বাস্থ্য আৰু কল্যাণৰ বাবে অৰুলমিগু ৰামনাথাস্বামী মন্দিৰত প্ৰাৰ্থনা জনাইছোঁ।"
************
DS/RT/KG
(ৰিলিজ আই ডি : 1998485)
অতিথি কক্ষ : 119
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam