প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শিৱশ্ৰী স্কন্দপ্ৰসাদৰ কানাড়া ভাষাত পৰিবেশনে প্ৰভু শ্ৰী ৰামৰ প্ৰতি ভক্তিৰ মনোভাৱক মূৰ্ত কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 16 JAN 2024 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শিৱশ্ৰী স্কন্দপ্ৰসাদৰ কানাড়া ভাষাত পৰিবেশনে প্ৰভু শ্ৰীৰামৰ প্ৰতি ভক্তিৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। শ্ৰী মোদীয়ে শিৱশ্ৰী স্কন্দপ্ৰসাদে কণ্ঠ নিগৰোৱা প্ৰভু শ্ৰীৰামৰ ভজন ভিডিঅ’টো কানাড়াত শ্বেয়াৰেৰে কয় যে এনে প্ৰচেষ্টাই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়াসক উদ্বুদ্ধ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“শিৱশ্ৰী স্কন্দপ্ৰসাদৰ কানাড়া ভাষাৰ এই পৰিবেশনে প্ৰভু শ্ৰীৰামৰ প্ৰতি ভক্তিৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। এনে প্ৰচেষ্টাই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়াসক উদ্বুদ্ধ কৰিব। #ShriRamBhajan”

********

DS/ST/SB
 


(रिलीज़ आईडी: 1996577) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam