প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হিমাচল প্ৰদেশৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
11 JAN 2024 4:54PM by PIB Guwahati
আজি হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”
*****
DS/TS/SB
(रिलीज़ आईडी: 1995430)
आगंतुक पटल : 95
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam