প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গীতাবেন ৰাবাৰীয়ে গোৱা ভক্তিমূলক ভজন ‘শ্ৰী ৰাম ঘৰ আয়ে’ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
07 JAN 2024 9:25AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতাবেন ৰাবাৰীয়ে গোৱা ভক্তিমূলক ভজন "শ্ৰী ৰাম ঘৰ আয়ে" সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। গীতটিৰ সংগীত মৌলিক মেহতাৰ। গীতাবেন ৰাবাৰীৰ দ্বাৰা ৰচিত সংগীত।কথা আৰু সুৰ সুনীতা যোশীৰ (পাণ্ডিয়া)।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"অযোধ্যাত ভগৱান শ্ৰী ৰামৰ ঐশ্বৰিক-বিশাল মন্দিৰত ৰাম লালাৰ আগমনৰ অপেক্ষাৰ অন্ত পৰিবলৈ ওলাইছে। সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁৰ আদৰণি জনাবলৈ গীতাবেন ৰাবাৰীজীৰ এই ভজনটো মন্ত্ৰমুগ্ধকৰ বিবেচিত হব।
#ShriRamBhajan"
**************
DS/ST/KG
(ৰিলিজ আই ডি : 1994076)
অতিথি কক্ষ : 112
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam