প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ধনজিভাই সিংহানিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
05 JAN 2024 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাণ্ডবীৰ প্ৰাক্তন বিধায়ক ধনজিভাই সিংহানিৰ দেহাৱসানত শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
"মাণ্ডবীৰ প্ৰাক্তন বিধায়ক ধনজিভাই সিংহানিৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে।
মই তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু ভগৱানে যেন পৰিয়ালটোক এই দুখৰ মূহূৰ্তত শক্তি প্ৰদান কৰে, তাৰেই কামনা কৰিছোঁ...
ૐ শান্তি....!!"
***
DS/SB
(रिलीज़ आईडी: 1993616)
आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam