প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম দিৱসত সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ প্ৰধান মন্ত্রীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
03 JAN 2024 8:09AM by PIB Guwahati
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ তেওঁলোকৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে।
শ্ৰী মোদীয়ে কয় যে দুয়োৱে তেওঁলোকৰ ত্যাগ আৰু সাহসেৰে সমাজক অনুপ্ৰাণিত কৰিছিল আৰু আমাৰ দেশলৈ তেওঁলোকৰ অৱদান অমূল্য।
প্ৰধান মন্ত্ৰীয়ে মন কি বাতৰ পৰা নিৰ্দিষ্ট অংশও উল্লেখ কৰিছে যত তেওঁ সাৱিত্ৰীবাই ফুলে আৰু ৰাণী নাচিয়াৰ সম্পৰ্কে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল।
প্ৰধান মন্ত্ৰীয়ে X ত এনেদৰে পোষ্ট কৰিছে;
" জন্ম দিৱসত সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ শ্ৰদ্ধাঞ্জলি । তেওঁলোক দুয়ো ত্যাগ আৰু সাহসেৰে সমাজক অনুপ্ৰাণিত কৰিছিল। সমাজৰ প্ৰতি তেওঁলোকৰ অৱদান অসামান্য। শেহতীয়া #MannKiBaat ত আমি তেওঁলোকলৈ কেনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ ইয়াত উল্লেখ কৰিলোঁ।"
***
DS/ST/HS
(रिलीज़ आईडी: 1992651)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam