প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্রী ৰাম লালাক আদৰণি জনোৱা স্বাতী মিশ্রৰ ভক্তিপূৰ্ণ ভজন আকৰ্ষণীয়: প্ৰধান মন্ত্ৰী

प्रविष्टि तिथि: 03 JAN 2024 8:07AM by PIB Guwahati

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাতী মিশ্ৰই শ্ৰী ৰাম লালাক আদৰণি জনাই পৰিবেশন কৰা ভক্তিপূৰ্ণ ভজন শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয় যে এই ভজনটোৰ সন্মোহন আছে।

X ত এটা পোষ্টত প্ৰধান মন্ত্ৰীয়ে কৈছে;

" শ্ৰী ৰাম লালাক আদৰণি জনোৱা স্বাতী মিশ্ৰ জীৰ ভক্তি ভৰা এই ভজনে সকলোকে মন্ত্ৰমুগ্ধ কৰিব---

#ShriRamBhajan"

***

DS/ST/HS
 


(रिलीज़ आईडी: 1992632) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Telugu , Malayalam