প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন মন সমীক্ষাত অংশ লওক, ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আপোনাৰ মতামত মোৰ সৈতে ভাগ-বতৰা কৰক: প্ৰধানমন্ত্ৰী

Posted On: 01 JAN 2024 2:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগৰিকসকলক জন মন সমীক্ষাত অংশ গ্ৰহণ কৰিবলৈ আৰু বিগত ১০ বছৰত ভাৰতে লাভ কৰা অগ্ৰগতি সন্দৰ্ভত তেওঁলোকৰ মতামত ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয় :

"বিগত ১০ বছৰত ভাৰতে বিভিন্ন খণ্ডত লাভ কৰা অগ্ৰগতিৰ বিষয়ে আপুনি কি ভাবে?

নমো এপত জন মন সমীক্ষাৰ জৰিয়তে আপোনাৰ মতামত মোৰ সৈতে পোনপটীয়াকৈ ভাগ-বতৰা কৰক!"

***

DS/RT/KD



(Release ID: 1992081) Visitor Counter : 75