প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সকলোকে মধুময় ২০২৪ বৰ্ষৰ শুভেচ্ছা জনাইছে
পোষ্ট কৰা হৈছে:
01 JAN 2024 7:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে মধুময় ২০২৪ বৰ্ষৰ শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয় :
"সকলোকে মধুময় ২০২৪ বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই বছৰটোৱে সকলোৰে বাবে সমৃদ্ধি, শান্তি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।"
***
DS/AK/KD
(ৰিলিজ আই ডি : 1992073)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
हिन्दी
,
Tamil
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam