প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কিষান ড্ৰোনৰ উন্নতিয়ে কৃষি খণ্ডত এক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৌশল প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 24 DEC 2023 12:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডত ড্ৰোনৰ উন্নতিয়ে কেনেদৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিছে আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিছে সেই কথা পুনৰবাৰ উল্লেখ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়াৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে:

"কেনেদৰে কিষান ড্ৰোনৰ উন্নতিয়ে তৰল সাৰ প্ৰয়োগৰ বাবে এক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৌশল প্ৰদান কৰে, যাৰ ফলত কৃষকৰ উপাৰ্জন বৃদ্ধি পায় আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত হয়, সেই বিষয়ে ব্যাখ্যা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবিয়াই।"

**********

DS/RT


(रिलीज़ आईडी: 1991155) आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Tamil , Telugu , Kannada , Malayalam