প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

Posted On: 20 DEC 2023 1:44PM by PIB Guwahati

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাংসদৰ এটা সঁজাতি দলৰ সৈতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটাৰ পোষ্টত কয়ঃ

“মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাংসদৰ এটা সঁজাতি দলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”

***

DS/RT/DB



(Release ID: 1988599) Visitor Counter : 51