উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি
Posted On:
14 DEC 2023 4:09PM by PIB Guwahati
চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চিনাক্ত খণ্ডসমূহত আন্তঃগাঁথনি উন্নয়নত সহায় কৰে। আৰম্ভণিৰ পৰা, সকলো উত্তৰ-পূব ৰাজ্যৰ বাবে এনইএছআইডি আঁচনিৰ অধীনত মুঠ ৬১৮০.২৩ কোটি টকাৰ ১৮১ টা প্ৰকল্প অনুমোদিত কৰা হৈছে, যাৰ ভিতৰত ৯৫৬.৭৭ কোটি টকাৰ ২৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু বাকী প্ৰকল্পবোৰ ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত বাজেট আৱণ্টন আৰু পুঁজিৰ ব্যৱহাৰৰ বিৱৰণ নিম্নলিখিত ধৰণৰ-
|
এন.ই.এছ.আই.ডি. আঁচনিৰ অধীনত আৰম্ভণিৰ পৰা পুঁজিৰ আৱণ্টন আৰু ইয়াৰ ব্যৱহাৰ
|
|
(কোটি টকাত)
|
|
বছৰ
|
এন.ই.এছ.আই.ডি.এছ. আৱণ্টন
|
এন.ই.এছ.আই.ডি.এছ.-ৰ অধীনত ব্যৱহাৰ
|
|
২০১৮-১৯
|
১৩২
|
০.০০
|
|
২০১৯-২০
|
৫৪৯.৬৫
|
৮৮.১৬
|
|
২০২০-২১
|
৪২০.৭০
|
২৭৮.১৪
|
|
২০২১-২২
|
৬২৭.৪৮
|
৪১১.০৫
|
|
২০২২-২৩
|
৬১৬.২৪
|
৫৪৪.২৬
|
|
২০২৩-২৪
|
১৭৮৮
|
২৪২.৭৫
|
|
মুঠ:
|
৪১৩৪.০৭
|
১৫৬৪.৩৬
|
উত্তৰ-পূবাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বি এল বাৰ্মাই আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।.
*****
MG/MS/VL/AR
(Release ID: 1986594)
Visitor Counter : 76