প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 07 DEC 2023 7:04PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;

"উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @myogiadityanath য়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।"

********

DS/ST/KB



(Release ID: 1985068) Visitor Counter : 47