প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাবাছাহেব ডঃ বি.আৰ. আম্বেদকাৰলৈ পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰীৰ

Posted On: 06 DEC 2023 12:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত বাবাছাহেব ডঃ বি.আৰ. আম্বেদকাৰলৈ মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে পুষ্পাঞ্জলি অৰ্পণ কৰে।

এটি এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“মহাপৰিনিৰ্বাণ দিৱসত ডঃ বাবাছাহেব আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।”

***

Dhiraj Singh / Siddhant Tiwari/SB

(Release ID: 1982968)


(Release ID: 1983261)