প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ড০ বাবাচাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
06 DEC 2023 8:19AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বাবাচাহেব আম্বেদকাৰক তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
X-ত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"পূজনীয় বাবাচাহেব ভাৰতীয় সংবিধানৰ ৰূপকাৰ লগতে সামাজিক সম্প্ৰীতিৰ এজন অন্যতম পুৰোধা আছিল যিয়ে দলিত আৰু দুখীয়া লোকসকলৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আজি তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো।"
***
Dhiraj Singh / Siddhant Tiwari /HS/ ID
(रिलीज़ आईडी: 1982984)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam