প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ প্ৰবীণ ফটো সাংবাদিক জাভেৰিলাল মেহতাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
27 NOV 2023 10:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ প্ৰবীণ ফটো সাংবাদিক জাভেৰিলাল মেহতাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সুদীৰ্ঘ আৰু বিশিষ্ট কেৰিয়াৰত ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
***
DS/AK/SB
(रिलीज़ आईडी: 1980747)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam