প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 NOV 2023 7:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ পৱিত্ৰ অনুষ্ঠান উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

 

এই পবিত্ৰ সৱে যাতে সকলোৰে জীৱনলৈ নতুন উৎসাহ-উদ্দীপনা কঢ়িয়াই আনে তাৰ বাবে শুভকামনা জনায় শ্ৰী মোদীয়ে

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰেঃ

 

"শ্ৰদ্ধা, ভক্তি আৰু ঐশ্বৰিক উপাসনাৰ পৰম্পৰাৰ মাজেৰে উদযাপন কৰা পৱিত্ৰ উৎসৱ কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ শুভেচ্ছা জনাইছোএই পৱিত্ৰ অনুষ্ঠানটোৱে সমগ্ৰ দেশ মোৰ পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ নতুন আলোক আৰু আনন্দ কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ"

*************************

DS/AK/KG


(रिलीज़ आईडी: 1980313) आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam