প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লাচিত দিৱসত লাচিত বৰফুকনৰ বীৰত্বক প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 24 NOV 2023 5:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত দিৱসত লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

শ্ৰী মোদীয়ে আজি লাচিত দিৱস সন্দৰ্ভত কয়, আমি লাচিত বৰফুকনৰ বীৰত্বক স্মৰণ কৰিছো। শৰাইঘাটৰ যুদ্ধত তেওঁৰ ব্যতিক্ৰমী নেতৃত্বই সাহস আৰু কৰ্তব্যৰ প্ৰতি প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। তেওঁৰ কিংবদন্তি হৈছে আমাৰ ইতিহাসক আকাৰ দিয়া বীৰত্ব আৰু কৌশলগত নৈপুণ্যৰ এক কালজয়ী প্ৰমাণ।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

“আজি লাচিত দিৱসৰ দিনা আমি লাচিত বৰফুকনৰ বীৰত্বক স্মৰণ কৰিছো।  শৰাইঘাটৰ যুদ্ধত তেওঁৰ অসামান্য নেতৃত্ব সাহস আৰু কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয়। তেওঁৰ উত্তৰাধিকাৰ আমাৰ ইতিহাসক গঢ় দিয়া সাহস আৰু ৰণনীতিৰ প্ৰতিভাৰ কালজয়ী প্ৰমাণ।”

 

*****

Dhiraj Singh / Siddhant Tiwari/AA



(Release ID: 1979598) Visitor Counter : 86