প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু দেৱালীৰ শুভেচ্ছা জনায়
प्रविष्टि तिथि:
12 NOV 2023 8:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাত কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"ৰাষ্ট্ৰপতিজীক সাক্ষাত কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰকো সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰিছেঃ
"উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰজীক সাক্ষাৎ কৰি দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
***************
DS/KG
(रिलीज़ आईडी: 1976548)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam