প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সকলোকে দীপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 12 NOV 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ দীপাৱলী উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“দেশৰ মোৰ পৰিয়ালৰ সকলো সদস্যক দীপাৱলীৰ বহুত বহুত শুভকামনা জনাইছো।

সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। এই বিশেষ উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক, তাৰে কামনা কৰিলোঁ।”

******

Dhiraj Singh/ Siddhant Tiwari/DB



(Release ID: 1976546) Visitor Counter : 83