প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছাইৰা বানুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 10 NOV 2023 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত চিনেমাৰ প্ৰবীণ ব্যক্তিত্ব শ্ৰীমতী ছাইৰা বানুক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :

 

"ছাইৰা বানু জীক লগ পাই বৰ ভাল লাগিল। চিনেমাৰ জগতখনত তেওঁৰ অগ্ৰণী কৰ্ম প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰশংসিত। আমি বহুতো বিষয়ত এক সুন্দৰ কথা-বতৰা পাতিলোঁ।"

**********

 

DS



(Release ID: 1976443) Visitor Counter : 64