প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উৰিষ্যাৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 06 NOV 2023 8:24PM by PIB Guwahati

উৰিষ্যাৰ ৰাজ্যপাল শ্ৰী ৰঘুবৰ দাসে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে; 

"উৰিষ্যাৰ ৰাজ্যপাল শ্ৰী @dasraghubar প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।"

*******

 


(ৰিলিজ আই ডি : 1975825) অতিথি কক্ষ : 126