প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত বেডমিন্টন মহিলাৰ একক শাখাত সোণৰ পদক লাভৰ বাবে থুলাছিমাথি মুৰুগেছানক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 OCT 2023 7:39PM by PIB Guwahati
আজি হাংঝু এছিয়ান পেৰা গেমছত বেডমিন্টন মহিলাৰ একক এছইউ৫ ইভেন্টত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থুলাছিমাথি মুৰুগেছানক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"বেডমিন্টন মহিলা একক এছইউ৫ ইভেন্টত সোণৰ পদক জয়ৰ বাবে থুলাছিমাথি মুৰুগেছানক অভিনন্দন জনালোঁ। তেওঁৰ সফলতাই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে আৰু আগন্তুক খেলুৱৈসকলক প্ৰেৰণা যোগাব।"
****
DS/RT/SB
(रिलीज़ आईडी: 1974790)
आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam