প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 01 NOV 2023 11:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, "প্ৰতিদিনে উন্নয়নৰ নতুন উচ্চতাত উপনীত হোৱা মধ্যপ্ৰদেশে অমৃত কালত দেশৰ প্ৰস্তাৱসমূহ উপলব্ধি কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। মই আশা কৰোঁ যে এই ৰাজ্যখন প্ৰগতিৰ পথত আগবাঢ়ি যাব।"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত মধ্যপ্ৰদেশৰ মোৰ পৰিয়ালৰ সকলো সদস্যক আন্তৰিক শুভেচ্ছা জনাইছো। উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰি থকা মধ্যপ্ৰদেশে অমৃত কালত দেশৰ প্ৰস্তাৱসমূহ উপলব্ধি কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। মই আশা কৰিছো যে ৰাজ্যখন প্ৰগতিৰ পথত আগবাঢ়ি গৈ থাকিব।"

*********

DS/SK/MK/AT
 


(रिलीज़ आईडी: 1973699) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam