প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'মেৰী মাটি-মেৰা দেশ' অভিযানে অমৃত কালৰ আগন্তুক ২৫ বছৰত পঞ্চ-প্ৰণ পূৰণ কৰিব আৰু আমাৰ শ্বহীদসকলৰ সপোন পূৰণ কৰিব: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
30 OCT 2023 8:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘মেৰী মাটি-মেৰা দেশ’ অভিযানে অমৃত কালৰ আগন্তুক ২৫ বছৰত পঞ্চ-প্ৰণ পূৰণ কৰিব আৰু আমাৰ শ্বহীদসকলৰ সপোন সাকাৰ কৰিব।
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী জি কিষান ৰেড্ডীয়ে মেৰী মাটি-মেৰা দেশৰ অভিযান সম্পৰ্কে লিখা এটা লেখাৰ ওপৰত মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে দিল্লীত এই অভিযানৰ অধীনত নিৰ্মিত অমৃত ৱাটিকাই আমাৰ নৱ প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @kishanreddybjp য়ে লিখিছে যে বিকশিত ভাৰতৰ সপোন সাকাৰ কৰাত 'মেৰী মাটি-মেৰা দেশ' অভিযানেৰে নিৰ্মিত হ'বলগীয়া 'অমৃত ৱাটিকা'ই অমৃতকালৰ আগন্তুক ২৫ বছৰত পঞ্চ-প্ৰণ পূৰণ কৰিব আৰু আমাৰ বলিদানিসকলৰ সপোন সাকাৰ কৰিবলৈ যুৱ প্ৰজন্মক অনুপ্ৰাণিতও কৰিব।"
**********
DS/ST
(रिलीज़ आईडी: 1973265)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
Bengali
,
English
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam