প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 26 OCT 2023 5:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী সাইবাবা সমাধি মন্দিৰত পূজা আৰু দৰ্শন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ শিৰডীৰ শ্ৰী চাইবাবা সমাধি মন্দিৰত প্ৰাৰ্থনা কৰে।"

*************** 

 

DS/TS/KG


(रिलीज़ आईडी: 1972528) आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam