প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘ডিছকাছ থ্ৰ’’ত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে যোগেশ কাথুনিয়াক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
24 OCT 2023 9:43PM by PIB Guwahati
‘এছিয়ান পেৰা গে’মছ’ত আজি পুৰুষৰ ‘ডিচকাছ থ্ৰো-এফ ৫৪/৫৫/৫৬’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে যোগেশ কাথুনিয়াক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁ কয় যে কাথুনিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশক গৌৰৱেৰে উদ্বেলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"পুৰুষৰ ‘ডিচকাছ থ্ৰো-এফ ৫৪/৫৫/৫৬’ত অসামান্য প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰাৰ বাবে যোগেশ কাথুনিয়াক বহুত অভিনন্দন জনাইছোঁ। তেওঁৰ প্ৰতিশ্ৰুতি আৰু উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশক গৌৰৱেৰে উদ্বেলিত কৰিছে।"
"পুৰুষৰ ‘ডিচকাছ থ্ৰো-এফ ৫৪/৫৫/৫৬’ত অসামান্য প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰাৰ বাবে @YogeshKathuniyaক অভিনন্দন জনাইছোঁ। তেওঁৰ প্ৰতিশ্ৰুতি আৰু উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশক গৌৰৱেৰে উদ্বেলিত কৰিছে।
***
DS/RT/KB/BM
(रिलीज़ आईडी: 1972302)
आगंतुक पटल : 102
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam