প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশীৰ লাখা মেলাৰ ভাৰত মিলাপৰ কিছু আভাস শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
25 OCT 2023 7:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাশীৰ লাখা মেলাৰ ভাৰত মিলাপৰ ফটো শ্বেয়াৰ কৰে। অনুষ্ঠানটোক সনাতন সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া পাঁচ শতিকা পুৰণি পৰম্পৰা। তেওঁ সংসদত কাশীৰ প্ৰতিনিধি হিচাপে এই অনন্য পৰম্পৰাক লৈ বিশেষ গৌৰৱৰ অনুভূতি প্ৰকাশ কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"কাশীৰ লাখা মেলাৰ অধীনত অনুষ্ঠিত ভাৰত মিলাপ ভাৰতৰ সনাতন সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। যোৱা পাঁচ শতিকা ধৰি চলি অহা এই আয়োজনে পুনৰ এবাৰ ভগৱান শ্ৰী ৰামৰ ভক্তসকলক আৱেগিক কৰি তুলিছে। কাশীৰ এজন সাংসদ হিচাপে, মই এই পৰম্পৰাক লৈ বিশেষ গৌৰৱ অনুভৱ কৰোঁ।
আজিৰ অনুষ্ঠানৰ কিছুমান ছবি..."
*************************
DS/AK/KG
(ৰিলিজ আই ডি : 1972039)
অতিথি কক্ষ : 111
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam