প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ মহানৱমীত মা সিদ্ধিদাত্ৰীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 OCT 2023 10:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ মহানৱমীত মা সিদ্ধিদাত্ৰীক প্ৰণাম জনাইছে। তেখেতে দেশৰ প্ৰতিগৰাকী লোকৰে মনোকামনা পূৰণৰ অৰ্থে আশীৰ্বাদ দিবলৈ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰে
“নৱৰাত্ৰিৰ মহানৱমী হৈছে সিদ্ধি আৰু মোক্ষৰ মাতৃ সিদ্ধিদাত্ৰীৰ পূজা। দেশৰ মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যক সংকল্প পূৰণ কৰিবলৈ আশীৰ্বাদ দিবলৈ মাতৃ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”
DS/TS/SB
(ৰিলিজ আই ডি : 1970323)
অতিথি কক্ষ : 136
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam