প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মা কাত্যায়ানীৰ আশীৰ্বাদ বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 20 OCT 2023 10:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নবৰাত্ৰিৰ ষষ্ঠ দিনা মা কাত্যায়ানীৰ পৰা তেওঁৰ সকলো উপাসকৰ বাবে আশীৰ্বাদ বিচাৰে৷

শ্ৰী মোদীয়ে লগতে দেৱী পূজাৰ এটা প্ৰাৰ্থনা(স্তুতি)ও শ্বেয়াৰ কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“নবৰাত্ৰিৰ পবিত্ৰ ষষ্ঠী উপলক্ষে মা কাত্যায়ানীক মই প্ৰণাম জনাইছো৷”

***

DB/BM



(Release ID: 1969282) Visitor Counter : 71