প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মদিৱসত ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়ালৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
12 OCT 2023 9:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ জন্মদিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াই তেওঁৰ গোটেই জীৱন জনকল্যাণ আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছিল। দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাই সকলোকে এক শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে;
"ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াজীৰ জয়ন্তীত সন্মানপূৰ্বক শ্ৰদ্ধাঞ্জলি। তেওঁ গোটেই জীৱন জনকল্যাণ আৰু দেশৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছিল। দৰিদ্ৰ আৰু উপান্তসকলৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাই সকলোকে এক শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব।"
राजमाता विजयाराजे सिंधिया जी को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। उन्होंने अपना पूरा जीवन जन कल्याण और राष्ट्रसेवा को समर्पित कर दिया। गरीबों और वंचितों के लिए उनके प्रयास सशक्त भारत के निर्माण में हर किसी को प्रेरित करने वाले हैं।
— Narendra Modi (@narendramodi) October 12, 2023
***
DS/ST/HS/AT
(रिलीज़ आईडी: 1966915)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam