প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰত্ন নানাজী দেশমুখক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 11 OCT 2023 9:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নানাজী দেশমুখে দেশৰ গাওঁ আৰু জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ত্যাগ আৰু সেৱাৰ মনোভাৱ প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলি শ্ৰী মোদীয়ে লগতে কয়।

এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়; 

"ভাৰতৰত্ন নানাজী দেশমুখৰ জয়ন্তীত তেওঁলৈ মোৰ শ্ৰদ্ধা তৰ্পণ কৰিছো। তেওঁ দেশৰ গাওঁ আৰু জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ত্যাগ আৰু সেৱাৰ মনোভাৱ প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। "

 

भारत रत्न नानाजी देशमुख को उनकी जन्म-जयंती पर मेरी आदरपूर्ण श्रद्धांजलि। उन्होंने देश के गांवों और जनजातीय क्षेत्रों के विकास के लिए अपना जीवन समर्पित कर दिया। उनका त्याग और सेवा भाव हर पीढ़ी के लिए प्रेरणास्रोत बना रहेगा।

— Narendra Modi (@narendramodi) October 11, 2023

 

***

DS/ST/NB/AT



(Release ID: 1966529) Visitor Counter : 79