প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 11 OCT 2023 9:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৰ কথা স্মৰণ কৰি কয় যে নেতাগৰাকীৰ নিস্বাৰ্থ সেৱাৰ মনোভাৱে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব। 

এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়; 

"সম্পূৰ্ণ বিপ্লৱৰ পিতৃ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত মই তেওঁৰ প্ৰতি সেৱা জনাইছো। সমগ্ৰ জীৱন ভাৰতীয় গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁৰ নিস্বাৰ্থ সেৱাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।" 

 

संपूर्ण क्रांति के जनक लोकनायक जयप्रकाश नारायण को उनकी जयंती पर शत-शत नमन। वे जीवनपर्यंत भारतीय लोकतंत्र को सशक्त करने की दिशा में प्रयासरत रहे। उनका निस्वार्थ सेवा भाव देशवासियों को सदैव प्रेरित करता रहेगा।

— Narendra Modi (@narendramodi) October 11, 2023

 

***

DS/ST/NB/AT



(Release ID: 1966519) Visitor Counter : 85