প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২০ত ৩৫ কিলোমিটাৰ ৰেচ ৱাক মিক্সড টীম ইভেণ্টত ৰাম বাবু আৰু মঞ্জু ৰাণীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 OCT 2023 12:48PM by PIB Guwahati
হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত ৩৫ কিলোমিটাৰ ৰেচ ৱাক মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰাম বাবু আৰু মঞ্জু ৰাণীক অভিনন্দন জ্ঞাপন কৰেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"৩৫ কিলোমিটাৰ ৰেচ ৱাক মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ৰাম বাবু আৰু মঞ্জু ৰাণীক অভিনন্দন জনাইছোঁ। প্ৰতিভাশালী খেলুৱৈসকলে দেখুওৱা অত্যাধিক ধৈৰ্য্য আৰু দৃঢ়তা অবিহনে এয়া সম্ভৱ নহ'লহেঁতেন।"
*************
DS/TS/KG
(रिलीज़ आईडी: 1964503)
आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu