প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২২ ত পুৰুষৰ জেভেলিন ইভেণ্টত কিশোৰ জেনাৰ ৰূপৰ পদক বিজয়ত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 OCT 2023 7:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ জেভেলিন ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে কিশোৰ জেনাক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"এছিয়ান গেমছত পুৰুষৰ জেভেলিনত আমাৰ সাফল্য অসাধাৰণ। ৰূপৰ পদকো ভাৰতে লাভ কৰিছে। এছিয়ান গেমছত ৰূপৰ পদক বিজয়ৰ বাবে কিশোৰ জেনাক অভিনন্দন। দেশবাসীয়ে এই বিজয়ক আদৰণি জনাইছে।"
************
DS/TS/KG
(रिलीज़ आईडी: 1964499)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada