প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ১৫০০ মিটাৰ দৌৰ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে হাৰ্মিলন বেইনছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 OCT 2023 8:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ১৫০০ মিটাৰ দৌৰ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে হাৰ্মিলন বেইনছক অভিনন্দন জ্ঞাপন কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“মহিলাৰ ১৫০০ মিটাৰ দৌৰ ইভেণ্টত ৰূপৰ পদক দেশলৈ কঢ়িয়াই অনাৰ বাবে @HarmilanBainsক অভিনন্দন জনাইছো। ক্ৰীড়াৰ প্ৰতি অতুলনীয় উদ্যম, আবেগ আৰু মৰম হিচাপে চিহ্নিত এয়া এক দৰ্শনীয় প্ৰদৰ্শন।”

***

DS/ST/DB


(रिलीज़ आईडी: 1963457) आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam