প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে এথলীট জ্যোতি য়াৰ্ৰাজীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 OCT 2023 8:51PM by PIB Guwahati

‘এছিয়ান গে’মছ’ত মহিলাৰ ‘১০০ মিটাৰ হৰ্ডলছ’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে খেলুৱৈ জ্যোতি য়াৰ্ৰাজীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। 

তেওঁ কয় যে তেওঁ দৃঢ়তা, নীতিনিষ্ঠতা আৰু কঠোৰ প্ৰশিক্ষণৰ ফল লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ৰ ‘পোষ্ট’ত কয়:

"এছিয়ান গে’মছত মহিলাৰ ‘১০০ মিটাৰ হৰ্ডলছ’ত @JyothiYarraji য়ে এক চমত্কাৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰিছে।

তেওঁৰ দৃঢ়তা, নীতিনিষ্ঠতা আৰু কঠোৰ প্ৰশিক্ষণে ফল প্ৰদান কৰিছে। মই তেওঁক অভিনন্দন জনাইছো আৰু ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।"

***

DS/RT/KB


(रिलीज़ आईडी: 1963455) आगंतुक पटल : 95
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam