প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘নাৰী শক্তি বন্দন অধিনিয়ম’-য়ে সমাৱেশী শাসনৰ এক নতুন যুগৰ সূচনা কৰিব: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 25 SEP 2023 5:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এক প্ৰবন্ধৰ আঁত ধৰি স্বীকাৰ কৰে যে ‘নাৰী শক্তি বন্দনা অধিনিয়ম’-য়ে নীতি আৰু আইন প্ৰণয়নত মহিলাৰ অংশগ্ৰহণত থকা বৃহত্ বাধা আঁতৰাই সমাৱেশী শাসনৰ এক নতুন যুগৰ শুভাৰম্ভ কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা ‘পোষ্ট’ ‘এক্স’-ত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:

"শেহতীয়া ভাবে গৃহীত ‘নাৰী শক্তি বন্দন অধিনিয়ম’-য়ে কেনেকৈ সমাৱেশী শাসনৰ এক নতুন যুগৰ সূচনা কৰিছে সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে বিস্তৃতভাবে বাখ্যা দাঙি ধৰিছে।"

*****


(रिलीज़ आईडी: 1960723) आगंतुक पटल : 216
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam