প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-২০ৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ সাৰাংশ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 SEP 2023 9:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰত মণ্ডপমত জি-২০ৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।

বহু জ্যেষ্ঠ সাংবাদিকে এই মত-বিনিময়ৰ মুহূৰ্তবোৰ এক্সত পোষ্ট কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে তলত দিয়া পোষ্টসমূহ পুনৰ পোষ্ট কৰে -

 

********


(रिलीज़ आईडी: 1960070) आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam