প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ সাৰাংশ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 23 SEP 2023 9:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰত মণ্ডপমত জি-২০ৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।

বহু জ্যেষ্ঠ সাংবাদিকে এই মত-বিনিময়ৰ মুহূৰ্তবোৰ এক্সত পোষ্ট কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে তলত দিয়া পোষ্টসমূহ পুনৰ পোষ্ট কৰে -

 

********



(Release ID: 1960070) Visitor Counter : 50