প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গণেশ চতুৰ্থীত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
19 SEP 2023 8:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰিছে যে এই উৎসৱে সকলোৰে জীৱনলৈ সৌভাগ্য, সফলতা আৰু সমৃদ্ধি লৈ আনক।
প্ৰধানমন্ত্ৰীয়ে Xত লিখিছেঃ
“সমগ্ৰ দেশৰ মোৰ পৰিয়ালবৰ্গক গণেশ চতুৰ্থী উপলক্ষে শুভকামনা জনালোঁ। বিঘিনি নাশক-বিনায়কৰ উপাসনাৰ সৈতে জড়িত হৈ থকা এই পবিত্ৰ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ সৌভাগ্য, সফলতা আৰু সমৃদ্ধি লৈ আহক। গণপতি বাপ্পা মৌৰয়া।”
"सर्व देशवासीयांना गणेश चतुर्थीच्या हार्दिक शुभेच्छा. गणपती बाप्पा मोरया!"
***
(रिलीज़ आईडी: 1958720)
आगंतुक पटल : 106
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam