প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শান্তি নিকেতনক ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 SEP 2023 9:22PM by PIB Guwahati
ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত শান্তি নিকেতনৰ নাম অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৃষ্টিভংগী আৰু ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক শান্তি নিকেতনক @UNESCO বিশ্ব ঐতিহ্য তালিকাত স্থান দিয়াত আনন্দিত হৈছো। সকলো ভাৰতীয়ৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত।"
Delighted that Santiniketan, an embodiment of Gurudev Rabindranath Tagore's vision and India's rich cultural heritage, has been inscribed on the @UNESCO World Heritage List. This is a proud moment for all Indians. https://t.co/Um0UUACsnk
— Narendra Modi (@narendramodi) September 17, 2023
একথা জেনে আনন্দিত হলাম যে, গুরুদেব রবীন্দ্রনাথ ঠাকুরের স্বপ্ন ও ভারতের সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যের মূর্ত রূপ শান্তিনিকেতন উৎকীর্ণ হয়েছে @UNESCO বিশ্ব পরম্পরা তালিকায়। সব ভারতীয়ের কাছেই এ এক গর্বের মুহূর্ত। https://t.co/Um0UUACsnk
— Narendra Modi (@narendramodi) September 17, 2023
*************************
DS/ST/KG
(रिलीज़ आईडी: 1958405)
आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam