প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাৰায়ণ গুৰুৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
31 AUG 2023 9:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নাৰায়ণ গুৰুৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
“জ্ঞান আৰু সামাজিক সংস্কাৰৰ আদৰ্শ শ্ৰী নাৰায়ণ গুৰুক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰিছো। তেওঁ দুখীয়াসকলৰ স্বাৰ্থৰ হকে মাত মাতিছিল আৰু তেওঁৰ জ্ঞানেৰে সামাজিক পৰিস্থিতি সলনি কৰিবলৈ সক্ষম হৈছিল। সামাজিক ন্যায় আৰু ঐক্যৰ প্ৰতি থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিৰ দ্বাৰা আমি অনুপ্ৰাণিত। মই এই ছেগতে শিৱগিৰি মঠলৈ যোৱা মোৰ অন্তিম ভ্ৰমণৰ কিছুমান ফটো শ্বেয়াৰ কৰিছো।”
***
(ৰিলিজ আই ডি : 1955396)
অতিথি কক্ষ : 160
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam