প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 SEP 2023 8:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মাষ্টমীৰ পবিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে৷
শ্ৰী মোদীয়ে কয় যে শ্ৰদ্ধা আৰু ভক্তিৰ এই পবিত্ৰ অনুষ্ঠানে জনসাধাৰণৰ জীৱনত নতুন আনন্দ আৰু শক্তি কঢ়িয়াই আনক।
টুইটাৰত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“জন্মাষ্টমী উপলক্ষে সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷ শ্ৰদ্ধা আৰু ভক্তিৰ এই পবিত্ৰ অনুষ্ঠানে জনসাধাৰণৰ জীৱনত নতুন আনন্দ আৰু শক্তি কঢ়িয়াই আনক, তাকে কামনা কৰিলো৷ জয় শ্ৰীকৃষ্ণ৷”
***
(रिलीज़ आईडी: 1955368)
आगंतुक पटल : 114
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam