প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সংগ্ৰামীসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

Posted On: 09 AUG 2023 11:50AM by PIB Guwahati

ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীসকললৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনে ভাৰতক ঔপনিৱেশিক শাসনৰপৰা মুক্তকৰণত এটি মুখ্য ভূমিকা পালন কৰিছিল। শ্ৰী মোদীয়ে এই উপলক্ষে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেখেতৰ ভাৱনা ব্যক্ত কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। গান্ধীজীৰ নেতৃত্বত এই আন্দোলনে ভাৰতক ঔপনিৱেশিক শাসনৰপৰা মুক্তকৰণত এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰতে সমস্বৰে কৈছেঃ

দুৰ্নীতিৰ ভাৰত ত্যাগ। 

বংশবাদৰ ভাৰত ত্যাগ। 

স্বজন-তোষণৰ ভাৰত ত্যাগ।”

 

Tributes to the greats who took part in the Quit India Movement. Under the leadership of Gandhi Ji, this Movement played a major role in freeing India from colonial rule. Today, India is saying in one voice:

Corruption Quit India.

Dynasty Quit India.

Appeasement Quit India. pic.twitter.com/w6acXBoNq1

— Narendra Modi (@narendramodi) August 9, 2023

 

********



(Release ID: 1948464) Visitor Counter : 104