প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকিমৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 02 AUG 2023 3:27PM by PIB Guwahati

ছিকিমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘টুইট’ কৰিছে;

"ছিকিমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।"

 

The Governor of Sikkim, Shri Lakshman Prasad Acharya, met PM @narendramodi. pic.twitter.com/qkmLIlrC92

— PMO India (@PMOIndia) August 2, 2023

 

***


(रिलीज़ आईडी: 1945782) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam