প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মাইক্ৰন টেকন'লজিৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় মেহৰোত্ৰাক সাক্ষাৎ কৰে

Posted On: 28 JUL 2023 6:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত মাইক্ৰন টেকন’লজিৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় মেহৰোত্ৰাক সাক্ষাৎ কৰে। ভাৰতৰ ভিতৰত অৰ্ধপৰিবাহী উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে মাইক্ৰন টেকন’লজিৰ পৰিকল্পনা সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে;

"@MicronTechৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় মেহৰোত্ৰাই গান্ধীনগৰত প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে। ভাৰতত অৰ্ধপৰিবাহী উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে মাইক্ৰন টেকন’লজিৰ পৰিকল্পনা সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে।”

 

Mr. Sanjay Mehrotra, President and CEO of @MicronTech, met PM @narendramodi in Gandhinagar. They discussed Micron Technology's plans to bolster the semiconductor manufacturing ecosystem within India. pic.twitter.com/JxLDsul2s0

— PMO India (@PMOIndia) July 28, 2023

 

***



(Release ID: 1944938) Visitor Counter : 65