প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অনাৰ সন্মানেৰে সন্মানিত কৰা হয়

प्रविष्टि तिथि: 13 JUL 2023 11:55PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক ফ্ৰান্সৰ সৰ্বোচ্চ বঁটা গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অনাৰ বঁটা প্ৰদান কৰে ফ্ৰান্স ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে।

এই বিশিষ্ট সন্মানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে।

পেৰিছৰ এলিচি পেলেচত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান।

 

*********


(रिलीज़ आईडी: 1944232) आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam