প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথম গৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকে সদনত সভাপতিত্ব কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 JUL 2023 8:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দ্বাৰা উপাধ্যক্ষৰ পেনেললৈ মনোনীত হোৱাৰ পিছত ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকক লৈ আনন্দ প্ৰকাশ কৰিছে।

ৰাজ্যসভাৰ সাংসদ শ্ৰীমতী এছ ফাংনন কন্যাকৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এটা অতি গৌৰৱান্বিত মুহূৰ্ত। "

*******


(रिलीज़ आईडी: 1944184) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam