প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ পেৰিছত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ
प्रविष्टि तिथि:
13 JUL 2023 11:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছৰ লা ছিন মিউজিকেলত ভাৰতীয় সমুদায়ক সম্বোধন কৰে।
নিজৰ সম্বোধনৰ সময়ত, প্ৰধানমন্ত্ৰীয়ে বহুমুখী ভাৰত-ফ্ৰাঞ্চ ৰণনীতিগত বন্ধুত্বৰ ওপৰত আলোকপাত কৰে, যি নিজৰ ২৫তম বৰ্ষপূৰ্তি পালন কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে ফ্ৰাঞ্চৰ মাৰ্ছেইলিত নতুন বাণিজ্য দূতাৱাস মুকলি কৰাৰ কথাও ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে ফ্ৰাঞ্চত ভাৰতীয় সমুদায়ৰ যোগদানৰ ওপৰত আলোকপাত কৰে, যি ভাৰত-ফ্ৰাঞ্চ বন্ধুত্বৰ বাবে এক শক্তিশালী ভেটি নিৰ্মাণ কৰিছে।
**********
(रिलीज़ आईडी: 1940501)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam