প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত হৰদ্বাৰ ডুবেৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 26 JUN 2023 3:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত হৰদ্বাৰ ডুবেৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়।

“বিজেপিৰ কঠোৰ পৰিশ্ৰমী সাংসদ হৰদ্বাৰ ডুবেজীৰ মৃত্যুত শোকস্তব্ধ। তেওঁ আছিল এনে এগৰাকী তৃণমূল পৰ্যায়ৰ নেতা, যি উত্তৰ প্ৰদেশৰ উন্নয়ন যাত্ৰাত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। এই দুখৰ সময়ত ভগৱানে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক শক্তি দিয়ক। ঔঁম শান্তি!"

******


(रिलीज़ आईडी: 1940459) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada